Show/Hide Keyboard Layout

জয় ৰূপমুগ্ধ

- জ্যোতিপ্ৰসাদ আগৰৱালা

জয় ৰূপমুগ্ধ

জয় সুৰমুগ্ধ

জয় জয় অৰূপজ ৰূপকুমাৰ

ৰূপে ৰসে

গন্ধে বৰ্ণে গানে

সুৰ লয় তালে মানে

লোৱা লোৱা

প্ৰাণৰে পূজাৰ

ষোড়শোপচাৰ

জয় জয় অৰূপজ ৰূপকুমাৰ ।।

Hits: 4974